পৃষ্ঠা:গুৰুচৰিত.djvu/৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰু-চৰিত শুধু যে যত আছয় পণ্ডিত দিয়েকি মোহোৰ ঠাই॥১৩৪ শুনি ৰা পাচে মহা শীঘ্ৰ কৰি | পাঞ্চি দিলা দূতগণ।। সব পতিক কহ মোৰ কথা আসোক কৰি যতন। বাদ কৰিবাক | আসিয়া আহঃ পণ্ডিত মহা গৰিষ্ঠ। তাৰ লাজ ভৈলে আমি লাজ হওঁ সবে যেন নহে। ভ্ৰষ্ট ১৩৫ হেন শুনি পাচে দশ পাঞ্চ দিনে আলোচিলা একমতি। বলৰে পুস্তক | জোড়ায়া সবেয়ে এৰম্ভে কৰিলা গতি। ৰাজাৰ নগৰ | পাইল সৰ হয়া সবে একসাজু। ৰাৰ আগত বাদ কৰিবাক পণ্ডিতে পাতিলা বাজু।১৩৬ যত যত বিএ নদীয়াৰে খলিত। নানান শান্ত। মত দেখা ৰাজাক বিএে বোল।