পৃষ্ঠা:গুৰুচৰিত.djvu/৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • সম্বোধি

ত কৰিল। দিন। অ শুনি চণ্ডীবৰে ৰাজাৰ আদেশ কৰি আনন্দ মতি। যাইবো বুলিয়া দূতক সম্বোধি নৌকাত কৰিলা গতি ১২৯ দিন। আঠ দশে পাইল। ৰাজদ্বাৰে | দেখিয়া উঠিলা ৰাগ। চণ্ডীবৰ দেখি | ৰাজা বুলিলন্ত আসিলি কিসক আগ | নিহল লগাই | গোটা দিয়া আক প্ৰৱন্ধে থৈয়োক বান্ধি। সপ্ত জপ কৰি টাটি গড় কৰি কণ্টক দিবি নিসন্ধি ১৩০ চাৰিয়ে কাষৰে | গড় পাঞ্জৰে থাকিবেক লোক ৰাখি। মিত্ৰ বন্ধুগণে | চাহিবাক আক যেন নেদেখয় আখি। গাত খানি গোড়া দিয়া থৈলা তা | উপৰে পাৰিয়া পাট। দুয়ো ভৰি জুটি লগাইলেক পাছে | লোহাৰ নিল ডট॥১৩১ এই কুৰি লোক ৰাখিবাক তা দিলা ভাল ভাল বাছি।