পৃষ্ঠা:গুৰুচৰিত.djvu/৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰিত শৃগালসকল যেন অণ্যে থাকয়। সিটো অৰণ্যত সিংহ অনেক আয়॥১২১ সিংহ ৰা ধৰিবাৰ মনে কৰে ইচ্ছা। মই দৰিদ্ৰৰ মনোৰ সবে মিছা। নানান কবিয়ে নানা শান্ত কৰিছত। সবাৰে সাৰক উদ্ধাৰিয়া আনিলন্ত ১২২ পূৰণ ভাৰত টাকা গীতা ভাষায়। সাৰৰ ৰসক আনিলন্ত কৃপাময়। তাহান প্ৰভাৱ দেখি মই মনে চাওঁ। গড় উড়াৰ টিপছি হুয়া ধাওঁ॥১২৩ নমো নমো মোৰ গুৰু কৃপালু শ। ত্য গোষ্ঠী বুলি দয়া কৰা দামোদৰ। গুৰুৰ চৰিত্ৰ কৰিবাক ইচ্ছা মনে। সমুদ্ৰক দেখি যেন ভয় সৰ্বক্ষণে ১২৪ কোন জন্মৰ মোৰ আছে হৈবে ভাগ। মাধৱ হেন বাক পাইলে আসি লাগ। ভালক মই কৰে নমস্কাৰ। এই অধমৰ দোৰ কমিবা শঙ্কৰ॥১২৫ মূলে অব মই পৰম অজ্ঞানী। কৰা কৃপা মোক আবে এভু চক্ৰপাণি। তোৰ দৰে মোৰ নিমাক এতি। শৰ পৰিলো জয়া কৰা ৰতি ১২৬