পৃষ্ঠা:গুৰুচৰিত.djvu/৩৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আন ভূগণে সবে আছে বসি বেঢ়ি। একজন লোকক নাসিলা দূতে এৰি। ১৬১১ সমস্ত ভূঞাৰ শোক তৈল একে ঠাই। চাঞ্চন কুঠাৰ চাৰি সবাকো মিলাই। বাৰভূঞা সয়ে দেয় শঙ্কৰে আলোচি। দক ফালিবাক কাটিবাক দিলা বাহি। ১৬৯২ বৰ বৰ বৃক্ষৰ কুঠাৰ এৰি ফালে। চৌতি চাঞ্চিবা তা বিন্ধি তৎকালে। খুটা এটি তাহাৰ কলিত লেখা নয়। সেই বিলাত যত বিও আসিছয়। ১৬৯৩ কপিলীৰ হতে চামৰা সীমা কৰি। ভূঞাসকলৰ দূতগণে নেয় ধৰি। শিহৰীৰ হতে উত্তৰৰ সীমা বাৰী। ভূঞাসবে লোক যত আনিলা হাৰি।১৬৯৪ হাজাৰ দশেক লোক তৈতে একো ঠাই। আনিলা ৰাহ্মণগণ দূতক পঠাই। শৰ বোল আৰ চাহিবে লাগে। মাটি কাটি চাভিৰি বু দেউক আগে ১৬৯৫ চৌতি গজ নাম জগত পুতিময়। ফুলাৰ উৰে মাটি কান দিয়ে। শুনা সংশকে এ নেকি পুলি।