পৃষ্ঠা:গুৰুচৰিত.djvu/৩৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চেতি দৌল বান্ধিবাক এতি শৰ ভৈলা মুভি | ভূগণে হৰিৰে বোকা ১৬ নানিয়োক কোড় চালি ভূঞগণ লোক দাঙ্গি | বাল্য বৃদ্ধ যুব যত মানে। তাসম্বাৰ আজ্ঞা পাই দূগণ শীয়ে যায় | কান দিয়া আনিলা তেনে।। কোড় চাঙ্গি হাতে ধৰি বাজিলত ৰ কৰি | যত ভূঞগণে মাটি দিলা। এহিমতে দৌল তৈল ভূঞাগণ ঘৰে গৈল শঙ্কৰেয়ো হৰিযে বুলি। ১৬৩৭ শুনিয়ে বুঢ়াখা পেলাই যজ্ঞ কৰিবাক লাই | ছাগল গোটেক আনি দিয়া। ভাল চাই দিয়ে লোক অনুকূল কৰা মোৰ | শীঘ্ৰে এথা আনিয়ে ঠেকায়। হেন শুনি দুয়োজন লোক তেবে পাঞ্চি দিল | কড়ি দিয়া ছাগক কিনিয়া। অতি শী কৰি বাই ছাগল কিনিলা পাই | পালটিয়া এক সিয়া। ১৬৩৮ আতি শীঘ্ৰ কৰি ৰাই শৰৰ ঠাই পাই | বোলে শৰক, দিনে গান। না কেনম হাগ কমিয়ে আমাৰ এ আছে ফু বৰ মন।