পৃষ্ঠা:গুৰুচৰিত.djvu/৩৬৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিত ফেনী লাগি কৰিয়া বন। নিশাৰ ভৈৰ আনন্দিত মন ১৭ আমাৰ আয় মন তৈকে ৰাইবে প্ৰতি। নি ভোসবে যত্ন কৰিয়ে সম্প্ৰতি। এহি শুনি ভূঞগণ শীঘ্ৰে জ্ঞান দিল। গণকনিক চেৰাই দেৱৰা দেখিলা।১৬০৮ তাত হতে উত্তৰ দিশক চলি গৈলা। কৰৈ কাঠ চৰাই হাবি বিস্তৰ ভাঙ্গিলা। বিচাৰি ফুৰতে এক ভিঠিক দেখিলা। দেৱ পৱনৰ আগে বুঢ়াখা বুলি॥১৬৯ তবু পিতামহৰ এহিটো ভিঠি বৰ। হেন গনি হাসি তাৰু মাতি শৰ। বায় ভূঞাৰ ভিঠা কৈত আছিল। বিভাগীয়া তাৰ তেবে কহিবোক এত॥১৬১, অগ্নি দিশে আছিল। তিনিন।। দেৱৰাম মাজে আতি ভিঠি যে গহন। তাতে আছিল ফান। মিখাৰ ঘৰ। অহয় অশখ দুই বৃক্ষ ভয়কৰ ১৬১১ দক্ষিণ পশ্চিমে আছে ভিঠি অনুপম। তাতে কৰিন্ত যত দেৱী পুজা কাম। পশ্চিমৰ দিশে উত্তৰৰ সন্নিহিতে। কেহৰ ভিঠি জানা আহিল হিতে ১৬১২