পৃষ্ঠা:গুৰুচৰিত.djvu/৩৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আকাশৰ পৰা এক পুৰুষ সুন্দৰ। দুই পাৱ থোৰা মুৰ সূৰ্য সমলৰ। দেখিয়া কন্দলী তা দিগন্ত উত্তৰ। পৰম সুন্দৰ তুমি কোন নৰবৰ ১৬০২ ‘নি তেন্তে বোলে শুনা বিপ্ৰ মহাশয়। গত কাৰণ তেন্তে দৈৱকীতনয়। এহি সুঙ্গে পালে চৰাচৰ নিৰন্তৰ। মুহিকে মনুষ্য এন্তে জগত ঈশ্বৰ ১৬৩ বাহ্ৰয় বৈষ্ণৱে পূৰ্বে বৈকুণ্ঠে প্ৰাথিলা। এহিসে কাৰণে হৰি ইবাৰ আসিলা। মোৰ ইষ্ট বন্ধু এতে দৈৱকী কুমাৰ। ভৈল অন্তৰ্ধান পাৱে কৰি নমস্কাৰ॥১৬০ চেতন লভিয়া বি বসিলন্ত জাগি। শৰে গৃহক গৈলা বিদায়ক মাগি। পৰম কৌতুকে গুৰু আগবাঢ়িল। কৰবোৰ গুৰুক নমিয়া আসিল।১৬০৫ সৰ্বজয়ে পৰমানলে লোত কহিলা। লোক সমস্তনি হৰিৰ মিলিলা। বিংশতি বৎসৰ যেবে তান হয়া আছে। শৰত গোচৰকৰিলা লোকে পাচে ১০৬ না ডেকাগিৰি তুমি আমাৰ বচন। হাত চলিৰে আমাৰ নাহি মন।