পৃষ্ঠা:গুৰুচৰিত.djvu/৩৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় মহামহোৎসৱ দেখিয়া উৎসৱ চিহ্নযাত্ৰা বিতোপন। সাত বৈকুণ্ঠক ভূমিতে দেখাইবে | কুসুম ভূঞা নন্দন। ১৪৫৬ নি সবে নৰে আতি ৰ কৰে | হৰিষৰ পাৰ নাই। বৈকুঠ নগৰ | দেখাইৰে শৰুৰে | আনন্দে থাকিব চাই। ইসব কথা | ধৈলো এহিমানে নিয়ে কথা আৰ। বৈকুণ্ঠ নগৰ | পটতে লিখিল | অঙ্ক কৰিলন্ত তাৰ। ১৪৫৭। ধেমালীৰ ঘোষা পটতে নিখিল | দ্বিতীয় শ্লোক ৰচিল। সূত্ৰ গুটিক | গতক কৰিয়া চিহ্ন সবে বিভাগিল। যাৰ যেন খান | যিমত লক্ষণ কল্পতৰু উপবন। সৰোবৰচয় | অধিকে শোয় অনন্তশয্যা শোভন। ১৪৫৮ নী সৰস্বতী | ঠো পাৰিষদ গতে সবাকে দিলা।