পৃষ্ঠা:গুৰুচৰিত.djvu/৩২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 / চৰিত আজ অন ৭ অবে যেন কথা তৈল। শক চাইবে বুঢ়ী ছাত্ৰশালে গৈল। ১৩৮৪ গুৰুৰ চৰণে বুঢ়ী নমস্কাৰ কৈল। বোলে বাপু আমাৰ শঙ্কৰ কৈক গৈল। গুৰু বোলে মা, তুমি শুনিয়ে উত্তৰ। কতনে প্ৰভাৱ আছে শৰ দেৱৰ। ১৩৮৫ কীড়িবাক মন কিছু আছয় হাৰ। দেখা দুইগোটা টকা আনিলা তোমাৰ আৰে আনি দিয়া আছে বস্ত্ৰ এক মোৰ। উমলিবে লাগি গৈলা মুখ্য ছাত্ৰ মোৰ। ১৩৮৬ এহি বুলি বুঢ়ীৰ আগত টকা নিয়া। হাসি পাচে বুঢ়ীআই তাহাক মানিয়া। গধূলি সময় বেবে আসিয়া ভৈলন্ত। মন্ত শঙ্কৰ পাছে গৃহক গৈল। ১৩৭ বুঢ়ী বেলে বাপু আবি শাস্ত্ৰ পঢ়িছিল। হাসিয়া বুঢ়ীক চাই শয়ৰ বুলি। পঢ়িছিলো শাৱ মোৰ মুও কৰে টান। তাৰেীক বলে বুঢ়ী ঝাষ্টে তৈল আন। ১৩ তনি আৰে বেছে চালেৰীয়ে তৈৰি। আগত দিল বোল ঘষিয়ে গোসান। ৩ গোল পাচে হাতে তৈলই। এক হাত ৱি ৰ গই ,