পৃষ্ঠা:গুৰুচৰিত.djvu/৩১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আজ শূদ্ৰত ভক্তি ধৰ্ম হল। বৰাহ স্বৰূপে পৃথিবী আসিলন্ত। আক কিছু শঙ্কা তুমি নকৰিবা মনে। শঙ্কৰ বৰূপে আসিল নাৰায়ণে ১০৬ এহি বুলি কলসী থাকিল মৌনেই। ৰুৰে মাতিলা নাচে আচাৰ্য্যক চাই। মনুষ্যৰ নাহি জানা ঈৰ গুণ। আক অনুশোচন কৰি তাক শুন।১৩৬৯ হংস ভাগ কাটিয়া দেৱীক পূজা কৰে। দেৱীৰ যোনিত মুখ দিয় সটো মনে। দেৱী পূজা কৰিলে বিস্ত পাপ হয়। কোটি কোটি জন্ম সিটো নৰক ভূয়। ১৭০ এহি কথামতে যেৰে ৰাত্ৰি আসি ছৈ। শৰেয়ো আপুনি বাসা লাগি গৈলা। নিয়ে কথা আবে আত অনশুনে। যেন যেন কথা না কফি শৰে। ১৩৭১ কলীৰ ঘৰে নেবে বিএ বহি আছে। আত নৰে শুনা যেন তৈল পাচে। ৰাত্ৰি ভাগে থাকি বিয়ে আৰ দেখি। ৰা কাপে হৰি নাপাক সৈন। ১৩৭২ চিবুকে লাখুটি দিয়া গণিয়া বলি। কি কাৰণে বিএ তুমি মানিনি।