পৃষ্ঠা:গুৰুচৰিত.djvu/৩১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দণ্ডৱত কৰি গুৰু পৰিলা সিঠাই। আকাঢ়ি শৱৰেয়ে মাতে গেৰিয়াই। তিনিগোটা শ্লোক পঢ়ি অতি কৰি। বৈকুণ্ঠৰ পতি তুমি প্ৰভু জগৱত ১৩৫৭ হ কৰি তুমি আসিলাহ মোৰ ঠাই। সাপিনী গৃহে কৰে পঢ়িলে যাই। মোৰ ঘৰে আসি আছ। সোহ দামোদৰ। নিয়া শৰে হাসি দিল উত্তৰ। ১৩৫৮ আমি বৰ অধৰ্ম্মী পতিত শূদ্ৰ জাতি। উত্তম ব্ৰাহ্মণ তোষাৰেসে যশ খ্যাতি। এহি বুলি শৰে তথাতে যৌন তৈলা। ছাত্ৰসকলক মাতি ওৰে কহিলা ১৩৫৯ না ছাত্ৰ আবে মোহাৰ বচন। আজি হতে শঙ্কৰক মতে যি মন। দেৱ শৰ বুলিব সৰ্বনে। আসি ঈশ্বৰ প্ৰভু আমাৰ হুনে ১১৬ ইসব কথা ও ছাত্ৰক কহিলা। হবে শিটো কথা শুনি নসহিলা। শক নিশে যত আছে বিবৰ। কোন শামতে শূদ্ৰে হোয় ঈশ। ১৩৬১ ইসব কথা আবে এহিয়ানে থওঁ। যেন কৈলা শৰে শুনিয়ে তাক কও।