পৃষ্ঠা:গুৰুচৰিত.djvu/৩১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাস মুগ আদি কৰি নৈবেদ্য সভা। দেৱী পূজিবাক না। লগয় তোমাৰ। শৰে বোৰ গুৰু শুনিয়ে বচন। দেৱীত কবিয়া এ দেৱ নাৰায়ণ।১৪ দেৱী পুজিবাক হাল ছাগল লাগায়। তুলসীৰ পূজাতে দেৱতা তুষ্ট হয়। যেখনে শঙ্কৰে হেন বচন বুলি। দেৱী পুলিবাৰ বাক্য গু পাসৰিল। ১৩৪৭ কৃষ্ণৰ পূজাৰ মন্ত্ৰ সমস্ত আসিল। শঙ্কৰৰ মায়ায়ে দেখা গুৰুকে মোহিল। মূলমন্ত্ৰ পঢ়ি গুৰু কৃষ্ণক পুজিলা। চতুৰ্দিন দিৱসত শঙ্কৰে পঢ়িল॥১৩৪৮ পাঞ্চদিন ফলি হন্তে শঙ্কৰ উঠি। হেন দেখি গুৰু তা প্ৰশংসা কৰিল। আৰে দিনা শৰে পুস্তক পাঠ তৈলা। ৰামৰম গুৰু সেহি ছাত্ৰশালে গৈলা।১৩৪৯ একণ্ঠভূষণ কবি বিদ্যা যে বাচক। ৰাসৰস্বতী সমে পঢ়াই সমস্তক। ইসব এমুখ্যে ছাত্ৰ সমন্তে পঢ়ন্ত। শৰয়ো সমস্তৰ লগ ধৰিলত। ১৩৫ দেখিয়া কৰ হৰষিত তৈল মতি। শক ও পাতি দিলত সম্প্ৰতি।