পৃষ্ঠা:গুৰুচৰিত.djvu/৩১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ গুৰু-চৰিত ৰামৰম সমে ফ্ৰীড়ি ফুৰা দুয়ো জন। নৰোত্তম গুৰুৰৰ বিষাদ কৰে মন।১৩২ এহিমতে যেবে তে বৰিব যে ভৈল। নিয়ে শঙ্কৰে যেন যেন কম কৈল। প্ৰভততে ডেকাগিৰি গৃহৰ বজান্ত। ভাত খাইনে প্ৰতি বুঢ়ী লাগত নপাত॥১৩৩৩ দেখি বুঢ়ী হৃদয় খাকুৰে সৰ্ব্বদায়। ফিনো দুষ্ট পুত্ৰ ভৈলা লাগকো নাপায়। যদি ধৰি মাৰি শৰক ৰে আনি। তাৰ কলস গাৰে ঢালিলন্ত পানী॥১৩৩১ শৰ বস্ত্ৰক যেবে গৈল সলাই।। কাশীত কৰিয়া ভাত দিলা বুঢ়ী আই। শৰে বসিলা ভাত ভুতিবাক মনে। চাৰিখন হাতক দেখিলা তেতিক্ষণে ১৩৩২ ভাত বাঢ়ি দিয়া কাসী হাতৰ পেলাই। বা নিয়া বুঢ়ী শৰক আছে চাই। কতোক্ষণে ৰূপ দেৱ শঙ্কৰে ঢাফিলা। বুঢ়ীৰ মনত বৰ সংশয় মিলি ১৩৩৩ কৰবোৰ কৰি বুঢ়ী বুলিবাক লৈ। ইমত অদ্ভুত শক্তি তোৰ কেনে ভৈ। ইমত মহিম বাপু তোৰ ৰুেবে আছে। নলস কেনে মোত কৈয়ো সাঞ্চে সা৷ে১৩৩৪