পৃষ্ঠা:গুৰুচৰিত.djvu/৩০৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুচৰিত তনিময় বালকাক দিলা আনি বস্তু তা | বোলে সবে ভাল ইটো ধৰ্ম্ম।১৩০৬ বেঢ়ি সবে বসিয়োক সমস্ত বালক শোক বৃক্ষগোট কৰি আৱৰণ। হেন নিবসিলন্ত জয়নাদ কৰিলত | শিৰে ধৰি গুৰুৰ চৰণ। পাছে গুৰু বৃক্ষমূলে পুজিলন্ত এলে ফুলে | মন্ত্ৰ কৰি বিবিধ প্ৰকাৰে। শঙ্কৰৰ ৰঙ্গমন হৰিষ বালকগণ দেখি বৰ আনন্দ সবাৰে। ১৩০৭ উৎসৱ কৰ আতি সবেয়ে সবাক মাতি প্ৰদক্ষিণে ফুৰে ঘূৰি ঘূৰি। সৱৰ লৱৰি কৰে কতো হাতে গাৱে ধৰে | ফুৰণি লাগিয়া সবে ঘূৰি। এহিমতে আহা তথা না। তাতে এক কথা দেখাইলা শঙ্কৰে পাচে মায়া। বৃক্ষৰ মূলত এক কন্যা সবে দেখিলে | সূৰ্যসম জলে তান কায়া। ১৩৮ যৌন ধৰি আছা বসি | যেন পূৰ্ণিমা শশী চাই সবে আই নিৰেখি। কাণা কাণি কৰি কয় কেহ কাকে দেখাৰ হেন অদভুত কথা দেখি।