পৃষ্ঠা:গুৰুচৰিত.djvu/৩০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এহিমতে আছে যেব শৰ তইিতে তেৰে | তাপ পাচে এক কৰ্ম কৈল। যতেক বালকগণ এলি গৈ একান শৰ লগে সবে গৈল। একগোট বৃক্ষ আছে গৈলা সবে তাৰ কাছে মহাৰহে বালক সমাজ। বসিল সমাজ পাতি শঙ্কৰে বুলি মাতি না শবে কহো এক কাজ। ১৩৪ গুপুত্ৰ ৰামৰম কৰে আসা এক কাম | মোৰ বাক্য তুমি যদি ধৰা। দেৱীপূজা সবে কৰো মূৰ্তি সাজি পাৱে পৰ | মোৰ কথা কেনে হেলা কৰা। শুনি ৰামৰামে পাচে মুখে মুখে ছায়া আছে মালিন্ত ডেকাগিৰি বুলি। ভাল তুমি কথা কৈলা সবাকে বুলিবে তৈল | গায়ে গাৱে সাৰ আনা তুলি॥১৩৫ মুক মুচক হাসে | শবৰ বসি পাশে | বোল শ কৰিবে। উপায়। সযেয়ো সাম্প্ৰঙে আনা মোৰ বাক্য যদি মানা | অনা আত কিছো দোষ নাই। লাভিয়ো পূজা বি তৈলা আলি সৰ্বলিক | না হেন ব্যৱহাৰ ক।