পৃষ্ঠা:গুৰুচৰিত.djvu/৩০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এৰি আহা হাতে হেচি কৰি ফুৰে মেছমেছি এৰিল পুব পাচে মুত্ৰ। ১২৯৫ দেখিয়া বালকসব | কৰি ফুৰে দৰব। মহাভয় হয়। ত্ৰাসে কাপে। কতে বৃক্ষে উঠি বৈশ কতো কত ওলাই গৈল | লৱৰিয়া বেগে জাম্পে জাম্পে। ৰামৰাম সৰ্বজয় আৰৰ বনগা কেতাই কতদূৰে আছে আৰ হুই।। শৰেও খৰি তাক দিল। পাচে বাৰ পাক | পৰিল ভালুক উদ্ধ মুই॥১২৯৬। দেখি লোকে খেদি গৈল সবে এক ঠাই তৈল | কবে আতি হাহাকাৰ ৰেল। শবক চাই চাই দেখে গাৱে ঘাৱ নাই বসিলন্ত বেঢ়ি চাৰি কোল। মলি ভালুক গোট শঙ্কৰ পায়া চোট সাৰে হৰি লৈ চিত্ত। শৰে গুৰুক মাতি সাদৰ কৰি আতি ঘৰে গৈয়া কৰি আনন্দিত॥ ১২১৭ নিৰে শুনিয়োক যত সমাজিক লোক যি হেতু ববি শঙ্কৰে। ৩া আৰ কহো কান পাপি আছা মুনিৰা পূৰ্বত বালিকী ঋবিৰে।