পৃষ্ঠা:গুৰুচৰিত.djvu/২৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীয় ও ব্ৰহ্মপুত্ৰ জল চেঞ্চা গাৰ নেই কাটি। ওহ বুৰ দিয়া কোনো পায়া হে মাটি ১১৮২ খাৰু মণি সোলোকাই দুয়ো দিয়া মোক। ধৰিবো শুহক মই যেহি কি নহোক। বঙ্গে দুয়োজনে মাতিলন্ত গলতৰি। দিবো অলঙ্কাৰ আমি শুনা ডেকাগিৰি। ১১৮০ হেন কথা বান্ধিয়া শঙ্কৰ মহাবীৰে। নামিলন্ত এলে পাচে গৈয়া বীৰে ধীৰে। গহীন গম্ভীৰ সিটে। ষাঠি হাত জল। বুৰ দিয়া শঙ্কৰে পশিলা তাৰ তল। ১১৮৪ ৰামৰাম আদি কৰি যত শিশুচয়। বামত বসিয়া সবে বিস্ময়ে গুণয়। বনগঞা বোলে গুৰু অকাৰ্য কৰিলা। শুই ধৰিবাক তুমি কিসক পাঞ্চিল। ১১৮ কোন অপৰাৰে মাৰ হেন বুদ্ধি কৰি। আনিলো নিশ্চয় প্ৰাণ দাদা গৈল এৰি। জীৱন্তে আছিলে কিয় নাসিৱত উঠি। হেন শুনি সাহাৰে মন অসন্তুষ্টি।১১৮ বনগা বোলে আমি ঘৰে গুচি যাও। ইসব কথা বুঢ়ী আইত কহি চাওঁ। ফিহে কিছে কালয় মনত কৰি দুখ। ৰামৰাৰ কেতাৰ পাই গৈল মুখ।১১