পৃষ্ঠা:গুৰুচৰিত.djvu/২৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
গুৰু-চৰিত

কটি উৰু আৰু জঘ। আতি মনোনীত। দেখিল মালকে হৰে সাহাৰে চিত। নিৰ্ম্মল কোমল যেন দুখানি চৰণ। শয়তাসে কাঢ়ে ভৰি গলে গমন।১১৭৭ হেন চমৎকাৰ মহাৰূপ বিতোপন। পৰম মধুৰ মুত্তি লোকৰ ৰন। মহা মান্যৱন্ত আতি দেখিতে গম্ভীৰ। গুণৰ সাগৰ যিটো মহাযশী ধীৰ।১১৭৮ এহিভাৱে তীৰ যেবে পাইলেক শয়নে। বসিত মেল পাতি নদীৰ কাষৰে। কততবেলি আৰি পচে নামিলত অলে। বুৰ মাৰি নাহৰয় বালকসকলে। ১১৯ শৰে সহিতে চাই আছে ৰাম ৰাম। সেহিবেলা তৈতে পাচে কৈলা এক কাম। জলত বহুত শুহ সবে বুৰ মাৰে। বামত বলিয়া উঠি ৰ চাৰে তাৰে।১১৮ ৰামৰাম কেতাই চাহিছ। ৰ কৰি। দুয়ো জনে শঙ্কৰক মাতিলা সাৰি। এক গুটি গুহ বুৰ দিয়া আনা খৰি। গলে তেল দিয়া উমলিবো ৰ কৰি। ১১৮১ হেন শুনি শঙ্কৰে বুলি মৃদুবাণী। ফোনে বুৰ দিবা অতি যাঠি হাত পানী।