পৃষ্ঠা:গুৰুচৰিত.djvu/২৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তাৰিয়ে ইবাৰ কৰোহে কাজ | মোক কপা দৃষ্টি চাই॥১১৬৪ তুমি বিনে হিত নাহি একোন | ইতিনি লোকত আন। কৰিয়ো মোন কমললোচন পাপ-সাগৰত আণ। বৃথা যায় আয়ু | ইটো প্ৰাণ বায়ু কৈত কেক্ষিণে বাই। দাম বান্ধ | সুখৰ সাগৰ | নজিলো আখি খাই।১১৬৫ খাইলো তৰল। | বিষয় গৰল পাতকী মই পৰম। কৰা কৃপা মোক গতি আবে হোক কাকৃতি কৰো আম॥ দৈৱকী নন্দন লৈোেহহ শুকতি ভাবে। সংসাৰ সাগৰে | কৰা মোক পাৰ ইটো তবু পদনাৰে। ১১৬৬ এৱণ কীৰ্তন | মোৰ সৰ্বক। দিয়ে ভকতৰ সল। অ ধৰে। | যেন পাপ হবে | নকৰিয়ে। আশা ভঙ্গ ১৭।