পৃষ্ঠা:গুৰুচৰিত.djvu/২৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ চৰিত এক শক্তি বন্ধু কৈ ভোজন সম্প্ৰতি। বয় ঘন সবাছায়ে দিল। মহামতি। পুত্ৰ লমে কুসুমে নমিলা অপাৰে। মান ৰক্ষক দান দিলা গাৱে পাৰে। ১৬০ পৰ সন্তোষ মনে সবে চলিগৈল।। তিনি বৰিবৰ কথা এহিয়ানে খৈলা। এত অনন্তৰে আৰৰ কথা শুনিয়ে। শৰ যশচয় কৰ্ণৰি পিয়ো। ১৬১ একদিন শিশুসঙ্গে ফুৰে উমনিয়া। এৰিলা কনৰ মাজে মৈৰাক দেখিয়া। বাসকলে দেখি কৰে মহাৰজ। মৈৰা ধৰি শঙ্কৰে কৰয় অঙ্গ ভজ। ১৬২ ৰামৰামে মাতে ডেকাগিৰি বুলি বুলি। শয়ৰে লৱৰে মৈৰা ওপৰক তুলি। পাতত বালক দেখি যাই ধৰি ধৰি। এক নাগ কেহো নপাৰে লৱৰি॥১০৬০ কতোবেলি অনন্তৰে বসিন যাই। শিশুগণে মহিলা কবিয়া হাইফাই। লা দীঘল পা গৈলা উজাৰিয়া। সন্ন্যাসীৰ বেশে নাচে ডেৰ দিয়া দিয়া। ১৬৪ দেখি শিও সব আনন্দিত মন। তুৰি ৰুৈ মাৰি তেতি।