পৃষ্ঠা:গুৰুচৰিত.djvu/২৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেন বাণী শুনি তু মনে গুনি | হাসিল উচ্চ কৰি। সাবটি কোলাত চুম্বি মাথত শঙ্কৰ গালে ধৰি। ১০০২ হষিত মনে | আনন্দে মগনে | দেখি শঙ্কৰৰ মুখ। এহিমতে আতি | যত বন্ধু তাতি পাসৰিয়া থাকে। নিৰাক সভা শৰ চৰিত্ৰ প | কৰি সবে সাৱধান চিত্ত। চিৰ কৰিয়া মনে ভাজা তা সকলে | ভকতৰ চিন্তামণি বিত্ত। ইটো অমৃতৰ তাণ্ড | পাতৰ ৰষদত | গুৰ চৰিত্ৰ যত সাৰ। লনি কৰা এক চিত্ত পাপ যাতে নিতে নিত | গুৰু ভৰি বা বুন্দামাৰ ১০০৩ দৈৱকীনন্দন দেৰ অযু পাৰে কৰে সেই | মই অনীৰ ম যে