পৃষ্ঠা:গুৰুচৰিত.djvu/২০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় ও কৃপাৰ ঠাকুৰ | মই এখন | হৰিয়ে সংসাৰ তাণ। হৃদয় পদ্মত হয়ে যেত যেন মই দেখা পাও। এৰি আন কাম বোলা ৰাম ৰাম ভেবেসে পাপ এও ১৮৬৪ অতি অনন্তৰে শুনা কথা সভাসদ। পৰম অমৃতময় শহুৰৰ পৰ। কুসুমেও মাসশুদ্ধি বৈলা যেন কৰি। হেন কথা কহো সবে শুনা কৰ্ণভৰি৮৬৫ যতন কৰি প্ৰেতকাৰ্য কৰিবক। সমাজিক লোকসব অনিয়োক তাক। পৰম প্ৰসিদ্ধ ভূঞা জানয় জগতে। কৰি ভাৰ্যাৰ শ্ৰাদ্ধ না যেনমতে॥৮৬৬ চাৰি দিন আছতে লোকক জান দিলা। শুনিয়া সমস্ত লোকে আনন্দ আসিলা। লৌহিত্যৰ ওচৰত সাইলেক। তাৰু নেধি কুমৰ হৰিৰ বিৰ ৮৭