পৃষ্ঠা:গুৰুচৰিত.djvu/২০৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় খণ্ড বাহ কৰা সিদ্ধি দীন দায়ানিধি হেনবা পাতকী তৰৰ ৮৫৮ হে কৃষ্ণদেৱ | তুমি বিনে কে। নাহিকে মোৰ বান্ধৱ। চৰণে শৰণ | লৈলো নাৰায়ণ তাৰিয়ে মোক মাধৱ। হে কৃপাময় হুয়েক সদয় চৰণে শৰৎ দিয়ে। প্ৰাণ গদাধ নকৰ অন্তৰ দাস বুলি মোক নিয়ে॥৮৫৯ গুৰুদেৱ পাই | তত জ্ঞান নাই | ভৈলোহো মই বিবৃষ্টি। তুমি গুৰু বাপ | মই মহাপাপ কৰিয়োক মোক শুদ্ধি। তোমাৰ নামত নাই মোৰ ৰতি | সাঞ্চি আছছা পাপ কত। তাতে জানে। মোৰ হে দামোদৰ | নাসয় নাম মুখত ১৮• | সঙ্গত মোহাৰ কিঞ্চিতো নাহিকে তি। গৈলো ৰসাল পাইলে আৰ ফল বা কৰা বহুপতি।