পৃষ্ঠা:গুৰুচৰিত.djvu/২০৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ আচৰিত জৈলাহো আহুৰ শই কামাৰ যে নাক বিন্ধা গৰু। তাৰিয়ো ইবাৰ কপাৰ সাগৰ ভকতৰ কল্পতৰু। ধন্য কলি যুগ | ভাৰত বৰিৰ মনুষ্য শৰীৰ পাইলো। তোমাৰ ভকতি নভৈল সম্প্ৰতি তাতে অধোগামী ভৈলো॥৮৫৬ দৈৱকী নন্দন। | দিয়োক শৰণ চৰণে কাকৃতি কৰে। কৰা মোক দায়া। | ছিজা মোহ মায়া | তেবেসে পাপী নিন্তৰো। কুল ক্ৰিয়া তাকে নবাচোহো একো | হুয়া মহা কামাতুৰ।। সাঞ্চি ঘোৰ পাপ হে কৃষ্ণ বাপ, মাৰি যাইবো বমপুৰ ৮ ৫৭ ভৈলোহে বাতুল গৈল জাতি কুল নচাওঁ মই পাচ আগ। নাহি মোৰ গতি কহিলো সম্প্ৰতি কিঞ্চিতেকো নাই ভাগ। কৰিয়া উৰ | আমাক ইবাৰু তোমাৰ চৰৰে নে।