পৃষ্ঠা:গুৰুচৰিত.djvu/২০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় চিন্তিলােহােমৰ মই আপােনাৰ কাম ক্রোবে ভৈলাে বাউল | বিষয়ত মন | মােৰ সর্বক্ষণ ধনকেসে কৰাে ধ্যান। পৰম লম্পট নাৰী ঘৃত ঘট হৰিল চেতন জ্ঞান ৮৫৩ কিনাে মই চাৰ পাপী আপােনাৰ কৰিলোহে আত্মঘাত। ৰাত্রি দিন নাই বিষ্ঠাক চোবাই মৰােহে মই সাক্ষাত। ফুৰৰ ব্যগ্র হুয়া | এক লুটিয়া শূকৰ কুকুৰ যেন। তেন মগ্ন মন | হৰিলা চেতন দেখা মই পাপী কেন ॥৮৫৪ ধৰে চিন্তা জ্বৰে পাই যেন পৰে বচনৰৰ নাই থিতি। পথগােট যেন। | পৰি থাকো হেন নচলয় এক ভিতি। দিনে দিনে না | Sল গৈলাে এ বিয়ষ ভলকে পৰি। কশা কৰা বাপ মই মহাপাপ দোৰ মােৰ ৷ কাৰ ৮৫