পৃষ্ঠা:গুৰুচৰিত.djvu/২০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ ) -চতি শঙ্কৰেসে মতি শঙ্কৰলে গতি জানি ইটো কলিত। কৰা তাতে ৰতি কৰি এক মতি সাৱধান কৰা চিত॥৮৫০ ভান পদে মন | নেকি সৰ্বক্ষণ। মজোক সহজে মোৰ। তাহান চৰণে পশিলে। শৰণে তৰিবে আপদ ঘোৰ। শঙ্কৰেসে পিতা শৰেসে মাতা শঙ্কৰেসে গুৰু বন্ধু। তান্ত বিনে কোনে তৰিবে কলিত | সংসাৰ সাগৰ সিন্ধু॥৮৫১ শঙ্কৰেসে পিতা শঙ্কৰেসে মাতা | শঙ্কৰেসে গুৰু ইষ্ট। তা বিনে মোৰ নাই নাই নাই নাই দেৱ নিষ্টে নিষ্ট। সুহৃদ সোনৰ শৰুৰেসে মোৰ | নাই তা বিনে আন। তাহান চৰণে পশিলে শৰণে | তেন্তে মোৰ মন প্ৰাণ ৫২ অথিৰ জীৱন | কৈত পৰে প্ৰাণ লোত মোহ ত আত।