পৃষ্ঠা:গুৰুচৰিত.djvu/১৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ বাপ বুলি। বক তুলি বুকুত তুলি ধৰি। লোকসবে ধৰি | মহাৰ কৰি লগাইল বৰত পুণ্টা। কৰে জয় জয় | লোকৰ উৎসৱ | বোসত গুচিল ঝুন্টা ১৮৪২ পুৰুষৰ ৰুলী | নাৰীৰ উলী | দিলা আনন্দিত কৰি। যতেক বিপাক। | কৰে শৰক খণ্ডি যাউক আজি ধৰি। যত বন্ধু জাতি | কুসুমক মাতি আশ্চৰ্য লভিয়া গৈল। পিতা পুত্ৰে বসি পাচে বিমৰিষি কুসুমে তথাতে ৰৈলা॥৮৪৩ | দেখি ভৈল সুখ কুসুমে বোল পিতা। দুখ পাৰিলে আপদ ভৰিলো . দূৰ গৈল মোৰ চিন্তা। মাক বুলিল | চৰণে ধৰি তৰিল বিলে আই। বা জঙ্গি গাত পৰিল নিৰ্ঘাত দে কালে যে কৰ।