পৃষ্ঠা:গুৰুচৰিত.djvu/১৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় খণ্ড কিবা তুমি মায়া আমাক দেখায় | এহি বুলি গৈলা চলি। কুসুমৰ আগে কথা-মহাভাগে কহিলন্ত বুঢ়ীআই। কুসুমে কোলাৰ | লৈয়া বসিলন্ত | শঙ্কৰক চাই চাই ৮৩১ শৰুৰে ভাৱন্ত। | মোক জানিলন্ত সবেও ঈশ্বৰ বুলি। মনত শঙ্কিয়া | কৈলা এক মায়া মোহিলা পাচে সমূলি। পিতা পুত্ৰ যত | সবেও তথাত | থাকিলা আনৰ কৰি। আপুনাৰ ঘৰে | গৈলা ৰামৰাম শঙ্কৰক সেৱা কৰি ৮৩২ আত অনন্তৰে | শুনা সব নৰে | নাম গুণ শঙ্কৰৰ।। সাগৰ গম্ভীৰ | মহাবুদ্ধি ধীৰ যিটো দেৱ মহেশৰ। সুৰ্যৰে যেবে | একদিন তেবে কোলে কৰি নচুৱা। সেছিলো স্বামী | তুলিল হামি নমায় পাচে খৈত॥৮৩৩