পৃষ্ঠা:গুৰুচৰিত.djvu/১৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • চৰিত

মোক পায় ভাত তোৰ তৈলা গৰু বুদ্ধি। এতে ব্ৰহ্মপৰ নতৈলা কিছু তদ্ধি গৰু পত হৈলে সিটো কিছে নানয়। বিষ্ঠা এই বিষ্ঠা মূৰে পৰিয়া থাকয়॥৭৯২ এতেক বুলিলো তোক শুন নিষ্ঠ কবি। মোক তৈতে সেৰি তই গৰু ৰূপ ধৰি। হেন শুনি অসুৰে স্বৰ্গক চলি গৈল। ঋষিৰ শাপৰ তভো মুকুত নভৈল ৭৯৩ ভতে শঙ্কৰক ডেৱাইলেক গৰু হুই। চন্দ্ৰপুৰাণৰ কথা মিছা ইটো মুই। প্ৰাৰৰূৰ কৰ্ম্ম দেখো কৰে কেন গতি। দুই জয়ে চক্ৰবাক তৰিল সম্প্ৰতি ৪ দৈৱকী নন্দন যিটো জগতৰ বাপ। নকৰিলা উচ্ছাদ নিয়া ঋষিশাপ। ছায়া যেন পুৰুষৰ ফুৰ লগত। প্ৰৱন্ধৰ কৰ্মে জানা নেৰে নেহিত ৭৯৫ ইসব কথাক আবে এহিয়ানে থওঁ। নিয়োক এপখি চোৰৰ কথা কও। আছিল অৰ্গত ছিনিয়ে বিদ্যাখ। চৰ লৈ আমি ঐ শাল অৰ্জুন। ইত্ৰৰ খায় বন জহিলা বৈসান। গোটা সী সৈতে আলি লাল