পৃষ্ঠা:গুৰুচৰিত.djvu/১৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অনন্তৰে এক কথা কহো শুনিয়োক। সুদূষিবা কেহহ মোক সভাসদ তোক। ৭৮৬ ইটো গৰু আহিলা পূৰ্ব্বত বিদ্যাথৰ। চক্ৰবাত ভৈলা তৈত শাপে ভাগ। পাছে কৃষ্ণে মাৰিলা তাহাক লীলা কাৰ। মোক্ষপদ পাই গৈয়া তান হাতে মৰি।৭৮৭ তেতিক্ষণে প্ৰভু তাক শিলাত মাৰিল। দিব্যৰূপ ধৰি তুতি অনেক কৰিল। তথাপিতো সিটো মহা কুড়বুদ্ধি পাপ। ব্ৰহ্মঋষি নাভাগে আছয় তাক শাপি ৭৮৮ সেহি পাপফলে হেন কুবুদ্ধি কৰয়। কৃষ্ণগে পৰি পুনু বৰ মাগি নয়। বদলে কৃষ্ণ তোক যে বলে নহে সম। এতেক কাতৰ মই কৰে কৰি মা। ৩ তথাপিতো তবু পাৱে মাগো এক বৰ। পূৰিছো তুমি মোৰ ৰাখিত মনৰ। পৃথিবীত পৰা তুমি তে িমই বাওঁ। গলা টিপি মাৰিবাৰ বাৰক সুকাও • কেন যে কষে তা দি, উত্তৰ। নকৰিবি শা কিহে দিবৰ তোৰু ৰ। আমি গৈ ৰ ঘৰে উপৰি। শলে এৰি বা সালিৰে।