পৃষ্ঠা:গুৰুচৰিত.djvu/১৮৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেখি আতি ভব্য বৰ থুলন্তৰ কায়। ডেৰ মাৰি শৰক চেৰাইতে যাই। যেতিক্ষণে জাম্প দিয়া মাটিত পৰিল। তেতিক্ষণে তাৰ তেবে পৰাণ ছুটিল। ৭৮১ হেন দেখি ডৰি কুসুমৰ চিত্ত আতি। লৱৰি আনিল গৈয়া বুঢ়াক মাতি। মাতৃপুত্ৰে কৰে চিন্তা গালে দিয়া হাত। হেন বিপৰ্যয় কথা কহিবোহহো কাত॥৭৮২ কতোবেলি পৰি থাকি দিলে উঠি সৰ। কুমৰ দেখিয়া আনন্দ আতি বৰ। গৰুখী বুলি হাসিল হন্তে ললাকে। দিলে হতে কলঙ্ক সবেয়ে তেবে মোকে ৭৮৩ হেনয় এমাদ ঘোৰ এৰাইলে কলঙ্ক। নোহন্ত কলঙ্ক আবে দূৰ ভৈল শঙ্ক। কিনে ভালে আজি এৰাইলোহে এমাদ। গৰিহা লোকৰ ইটো হৈল অপবাদ।৭৮০ এহি বুলি মাৱৈ পোৰে আনন্দ কৰ। ভাত পাকে বুলিল বুঢ়াখা হয়। দেখা দে ভূঞা তুমি কেনে বিপৰ্যয়। তোমাৰ বালক ইটো ম নয়। ৭৮৫ এবি বুলি বুঢ়াখা ভাত বেৰে ৰৈ সিদিনাৰ নীল পায়ে এহিয়ানে গৈল