পৃষ্ঠা:গুৰুচৰিত.djvu/১৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

। গুৰু চৰিত লাল কৰি শঙ্কৰে দিল গামুৰি। চৌতিশোট মাটিত পৰিল গৈয়া ঘূৰি। উফৰিয়া পৰি লৈ গৈয়া দশ হস্ত। হেন কথা বিদ্যমানে দেখিলা সমস্ত॥৭৭• শঙ্কৰৰ গাৱগেট বত্ৰ সম ডাটি। গাৱত পৰিয়া হিছিৰ ভৈলা ফাটি। হেন শুনি বুঢ়ী আইৰ ধাতু গৈলা উৰি। সবন্ধু-বান্ধৱে আইল শঙ্কৰৰ গুৰি।৭৭১ কুসুমে লৱৰি আসি লৈলন্ত কোলাত। চৌতি ভাগা দেখি বৰ কৰে উতপাত। হাহাকাৰ কৰে সবে শঙ্কৰক বেঢ়ি। চিন্তা দুখে কালয় নয় কেহ এৰি ১৭৭২ কালে বুঢ়ীআই আতি মহা মন দুখে। ঘনে ঘনে চুমা খাত শঙ্কৰৰ মুখে। দেখিলে লোকে বৰ খুটা সয়ে আছে। আন চৌতি আনিয়া লগাইল তাত পাচে০ এহিমতে সৰেয়ো তথাতে আয় বেবে। কতভাবেলি অন্তৰে গৃহক গৈলা ভেবে। কুসুমে মালি পায়ে বুঢ়াক চাই। তবু সম সুহৃদ মোহোৰ আন নাই। ৭৭০ মহা ই বন্ধু তুমি পৰম ৰাৱ। সলে কাৰ্যতে মোৰ তোমাছেলে গুহ।