পৃষ্ঠা:গুৰুচৰিত.djvu/১৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ গু-চৰিত কতো বেশি থাকি সোপাহাড় গৈলা দিয়া। সেহি হাড়া তাহাক ধৰিলা উলটিয়া॥ অনন্তৰে পাইলা গৈয়া আপুনাৰ ঘৰ। বোধিলা বায়ু কৰি ফুৰে ধৰফৰ।৭৫৯ আটাশ পায় সিটো মুৰামুৰি কৰি। উহিলা পেট আচাৰায় হাত ভৰি। মাটিত বাগৰি পৰে মৰৰ মৰৰ বুলি। ভাৰ্য্যায়ে আসিয়া তাক ধৰিলন্ত তুলি।৭ মৰি আসে দেখে নৱাৰক নিৰোখি। বিচাৰিয়া দিলা তেবে হাড়ৰ ঔষধি। একোৱে প্ৰকাৰে তো নপাৱয় সুত। যেন কোননে তাক দিয়া আছে ভূত॥৭৬১ তাৰ্যাৰ আগত পাচ কৈা সবে কথা। যেনমতে শঙ্কৰক হাড় দিল তথা। ভাৰ্য্যা সমে কুসুমৰ ঘৰে পুনু গৈলা। দণ্ডৱতে পৰি পুৰু শবে কথা কৈলা ৭৬২ তযু পুত্ৰে হাড়া দিবে পাপী মই গৈলো। শঙ্কৰক মন্দ কৰি সৰ্ব্বনাশ ভৈলো॥ কুসুমে বোলত তই কি কাম কৰিলি। আপোনা শৰে পাপী আপুনি ফুটিলি ৭৬৩ হেন শুনি মন্দকৰ্মী কৈলা নমস্কাৰ। শৱৰৰ চৰণত পৰি বাৰম্বাৰ।