পৃষ্ঠা:গুৰুচৰিত.djvu/১৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তাক দেখি শৰক ভিতৰক নিনা। সিয়ে। বেগে আসিয়া চোতালে প্ৰৱেশিলা তেখনে মাধই যাই পাইলা হা। মনত বিষাদ দেখি লাগি গৈল তাৰ। ভূঞা ভূঞা বুলিয়া পাচে লগাইল মাত। শুনিয়া কুসুমে কথা কহিলেক তাত॥৭৫৪ কিক লাগিয়া আবে মাত তই মোক। কিবা কাৰ্যে আইলা ঐক কিবা লাগে তোক। বসিলি মাটিত তোক পীৰাও নেদিলে। পৰিহাৰ কৰি তাকে অনেক বুলিলে।৭৫৫ শৰক শুৱাই থৈয়া আছয় ভিতৰে। চোতালত বসি বৈদ্যে উতপত কৰে। বোলে আৰ শিশুক মাৰিববা বুদ্ধি কৰি। মোক যেন বিমা নকৰে আজি ধৰি ৭৫৬ শৰেয়ো বোলে মই ইহাক শিকাবে। সত্যে সত্যে আজি আৰু যি লাগে কৰিবো। আজি হতে লোকক নেয় যেন দুখ। বেৰ লাৰে তাক নিৰেন্ত মুখ।৭৫৭ আজি আৰ সকলে ভাৱনা কৰে। চুৰি। এহি বুলিশৰে দিলেক গাৱমুৰি। হেন কাৰ্য্য চিৰিয়া শঙ্কৰ অতি আছে। হাড় দিতে পাশি সিটো আলোচিল। পাচে ৭৫