পৃষ্ঠা:গুৰুচৰিত.djvu/১৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপোনৰ ফলে তাতে কহিব পাচে। সুইজন চোৰ পিতৃ বৰ সোমাই আছে। হেন দেখি কুসুমে বসিল। নিদ্ৰা ভাগি। চক্ষু মেলি চাইলা পাচে শৰক লাগি।৭৩৭ আই আই বুলি ভাকি কুসুমে মাতন্ত। তেবে গৃহখান লাগি আন্ধাৰ ভৈল। আৰে বেধে চান্দেৰীয়ে জ্বালিগন্ত জুই। সবেয়ে উঠিল। যত আছিলেক শুই।৭৩৮ উঠা পুত্ৰ বুলিয়া কুসুমে দিলা ডাক। দোল তথাতে সবেয়ে পাচে তাক। কুসুমে বিস্ময় হয়া মনত গুণয়। শৰ পুতাই মোৰ মনুষ নহয় ৭৩৯ অনওৰে দুই চোৰ বসিলন্ত জাগি। সৃষ্টি কৰি চাই ই শঙ্কৰক লাগি। সপোনৰ কথা ভূঞা সমৰি মনত। ও বন্ধু নলৈ চোৰ মেলিয়া দিল।।৪ এহিমতে কু তথাতে যেৰে ৰৈল। তাৰ্যাৰ পিণ্ডক পাচে সিয়ে দিন কৈল। একাধিক বিংশতি দিনৰ কথা। দুইধিক বিংশতি দিনৰ কথা কওঁ।৭৪১ আমি এক দিয়াৰ আছে। হনবেলা কুমৰ ঘৰে গৈ পাচে।