পৃষ্ঠা:গুৰুচৰিত.djvu/১৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় ও আত অনন্তৰে আবে শুনা যেন ভৈলা। বিংশতি দিনৰ লীলা এহিমানে গৈলা। তাত পাচে কুমৰ ঘৰে যেন কথা। তিনি চোৰ নিশাভাগে মিলিত তথা ৭৩২ সিসব ৰহস্য কহহ এনা সৰ্বজন। কৰা একচিত্ত মন সভাসদগণ। তিনি চোৰ আসিলন্ত চুৰ কৰিবাক। সেহি কথা কাণপাতি শুনা সবে তাক।৭৩৩ কুমৰ ঘৰে সি সিল্কি গেট দিল। দুইজন চোৰ যাই ভিতৰ সেমাইল। গৃহ সোমাই দেখিলে বৰ অদভুত। খাট মধ্যে সুতি আছে কুসুমৰ ৰূত॥৭৩৪ কিবা দিন ৰাত্ৰি গৃহখান প্ৰকাশ। কত যেন এলে শৰৰ কাচিয়। জনক মলক কৰে দেখি তিৰিমিৰি। আল শ যেন ৰময় গিৰি।৭৩৫ পৰিলত চোৰ পাচে দণ্ডত হই। জলে জৰে কয় মাটিক নাকে দুই। শৰে দেখাইলা পাচে কি সপোন। দিনমগ্ন হইয়া তথা এলে গৃহখান ৭৩৬