পৃষ্ঠা:গুৰুচৰিত.djvu/১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এ না প্ৰথম খণ্ড মশনেব আবিৰ্ভাৰ আৰু ভক্তসকলৰ আগমন জয় জয় অনাদি ঈশ্বৰ দেহৰি। এ কাপে পৃথিবীত অৱতৰি। অংশ কলা বিভূতিৰ যত শক্তিচয়। কাপে এক আনিলা কৃপাময়॥১ দৈৱকীনন্দন এভু জগতৰ পতি। অৱতাৰ বাৰে বাৰে কৰা শীগতি। ভক্তক কপায়ে প্ৰভু আসিয়া ইবাৰ। ভক্তি প্ৰগৰিয়া লেক কৰি নিৰ ২ নিৱদমন দামোদৰ আদিদেৰ। তবু পাপতি সা কৰো সে। মোৰ পাৱত লৈলো শৰণ সম্প্ৰতি। . সুমিতে মাৰ শোৰ অগতিৰ গতি।