পৃষ্ঠা:গুৰুচৰিত.djvu/১৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Fত মনত আনিলা এন্তে পৰ ঈশ্বৰ। আৰু বিনে নাহি আনা গুৰু এগৰ ৬২১ এহিমতে সিটো ৰাত্ৰি পুহাইলেক যেবে। কুসুমেয়ো স্নান দান কৰিলেক তবে। চাৰেী মাধৱী আইক স্নান কৰাইলত। শঙ্কৰ গা ধুৱাই আগত থৈলন্ত॥৬২২ সূৰ্যবৰ বুঢ়ী আইক কৰিলন্ত সেৱ।। এয়ত মাধৱ দুইৰে পাৱক নমি। সেহিদি শুক্ৰবাৰ পঞ্চদশ দিন। সেহিবেলা সতীৰ ভৈলেক আয়ু ক্ষীণ॥৬২৩ পাৱে গাৱে সমস্তকে দিল এবোধ। মোক লাগি সবে বাপ এৰিবহা ক্ৰোধ। বুঢ়ীআইক মাতিলত চৰণত ধৰি। শৱৰক তুলিবাহ বিষ্ণুবুদ্ধি কৰি।৬২৪ তোমাৰ হাতত আই দিলে পুন্নখানি। ইত্মক লাগি যাও বাকি গোসানী। সত্যসন্ধ্যা বোতে ও অনিয়োক স্বামী। তোমাৰ চৰণে নাম বোলো হেৰা আমি ৬২৫ হেন নি কুসুমেয়ে ওচৰ চাপিল। গায় দুই সতী পাচে মণে মিল। ভালমতে শাক পালি গোসই। পালোকে আৰী ৰে যাওঁ আৰে ম ২৬