পৃষ্ঠা:গুৰুচৰিত.djvu/১৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

' চৰিত ও মনৰ আন ইটো চিন্তামণি। শৰ মাধৱ নাম ও স্মৰণি॥৬১ সভাসদ লোক যত শুনা সাৱধানে। নিৰাকাৰ ব্ৰহ্মৰ মহিমা কোনে জানে। আত অনন্তৰে আৰৰ এ সভাসদে। সহস্ৰ প্ৰণতি কৰো গুৰ দুই পদে॥৬১১ উদয় বেলাৰ কথা এহিমানে গৈল। সত্যস আইৰ আৰৰ অনা যেন ভৈল। মৃত্যুৰ সঙ্কট তান মিলিলে আসি। সিসব কথাক আবে কহিব প্ৰকাশি ৬১২ ভাঠিবেলা আমি তা ধৰিলে অৰৈ। নাপৰ পৰিল দেখি সবে চিন্তা কৰে। বিষৰে পড়ে আৰু গাৱে বৰ তাপে। হেন মহাৰক সহিবে কাৰ বাপে ৬১৩ ওচৰত বসি সবে কৰে হাহাকাৰ। দেখি বুঢ়ী আইৰ নাই সন্তানৰ পাৰ। শক বুঢ়ীআই ওচৰৰ নিয়া। মতে বুঢ়ী গোসানীক স্তনপান দিয়া॥৬১৪ সত্যসন্ধ্য বোলে শুন শৰক বিক। গত ঈশ এ পানি প্ৰত্যেক। জাহানেসে শ্ৰজে ইগে ৰত চৰ। তাহা জানলে জানা গী হোৱে নৰ৬১৫