পৃষ্ঠা:গুৰুচৰিত.djvu/১৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চাহি চাহি কহি সবে হলে আনন্দ। কেহে ধৰি শৰৰ চুম্বত পায়। এহিমতে সাহাৰে অল তাৰ। নৰ গৃহত যেন কীড়ন্ত মাধৱ ৫৩ এহিমতে বলে ঢঙ্গে দিয়ে দিন গৈল। ন: সভাসদ তাত পাচে যেন।ৈ গুৰুৰ চৰিত্ৰ ইটো অমৃতৰ ভাণ্ড। পাতৰ অশুক সাক্ষাতে বম দ॥৫৮৪ চতুৰ্দশ দিনৰ শুনিয়ে আযে লীলা। কুমৰ ঘৰ যেন শঙ্কৰে কৰিলা। নী পোহাইল দেখিস্যা জাই। আসতে চোতালত বসিলা তুই॥৫৮৫ চান্দেৰী মাধৱী বসি দুই পাশে। শৰক কোলে লৈয় আনন্দত হাসে। সত্যস্যা বোল ওৰে চান্দেৰী নিয়ে। শঙ্কৰক লাগি ঘন ধৰি কৰিয়ে॥৫৮৬ চান্দেৰীয়ে কহিল গোৱালৰ ঠাই। কপিলী ধেনুক ওই দুহি আন যাই। হেন শুনি গোৱালীৰালে দুগ্ধ গই। সত্যস্যা আগে দিলা কয়ািত বই॥৫৮৭ চপাতি বৈ কি কাপোৰে চেকিলা। খুটি পুতি আমি কাল তাহা পাশিলা।