পৃষ্ঠা:গুৰুচৰিত.djvu/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

• [১২] গয়াল ৰা ৰাস ৰামৰণ ঠাকুৰ কান্তিদেবী।

হৰিচৰ ঠাকুৰ

দৈত্যাৰি ঠাকুৰ ত্ৰিপুৰাৰি নৰহৰি ৰাণা, মাচা, খোপাৰা, সুন্দৰীদিয়া লগোমা | যুকী মাধৰদেশৰ ভগ্নী উৰ্বশীৰ ১টা সন্তান উপজি নষ্ট হোৱাৰ পাচত ৰাচৰণৰ জন্ম হয়। মাসাশৌচ যোৱাৰ পাচতেই তন্নী ইশয়ে সাত লকটিক লৈ ধৰদেৱৰ ওচৰত উপস্থিত হৈ আগতে পেলাই দিয়ে। বংশাৱলীত আছে তেতিয়া এমাধৱদেৱৰ নিজৰ গোত্ৰ ভাগিনিকেক দি ভনীয়েকক সুদীত বাস কৰিবলৈ দিয়ে। ৰাষাল তেতিয়াৰপৰা পাটবাউসীত গৈ বাস কৰে। ৰচৰণ সুন্দৰীতেই ডাঙৰ হয়। এওঁক এমধিৰণেৰে লালন- পালন কৰা দেৰি সকলোৱে ঠাকুৰ” বুলিবলৈ ধৰে। শ্ৰীমাৰদেৰে তেওঁক নিজে লিখা পঢ়া-শিকায়। মাধৱৱেবৰ অন্তিম সময়তো ঠাকুৰ তেৰাৰ লগত বাস কৰিছিল। | ৰামৰণে এই এক-চৰিত, ভক্তি-ৰত্নাকৰৰ পদ, বহুতো বড়গীত আৰু কংসবধ নাই ৰচনা কৰে। ৰামচৰণ ঠাকুৰৰ বংশধৰ ৰীদি, বানা, গোমা, খেকাণাৰী, ছয়গাওঁ, গৌৰাপুৰ আদি বহুত ঠাইত নলবাৰী বিনীত- হৰিনাৰায়ণ ও বৰুৱা