পৃষ্ঠা:গুৰুচৰিত.djvu/১৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২২ চতি এনৰে বসিলন্ত শঙ্কৰৰ কাছে। সামান্য বালক যেন এ তি আছে।৫৫৫ নিহালি নিহালি চ'ত শঙ্কৰ মুখ। আয় দেখি সতীৰ মনত মহাসুখ। পৰম গম্ভীৰ আতি সুশীতল ভাৱ। দেখিতে সবাৰে হৰি ভৈগ গাৱ॥ ৫৬ সত্যসন্ধ্যা আদি কুমুৰ ভাৰ্য্যা দুই। কন্ত আনন্দ শঙ্কৰৰ আগ দুই। শিশু হেন দেখি তা বয়সে গম্ভীৰ। জগতৰ আদি যিটো দেৱ মহাৰীৰ ৫৫৭ কেতেখাৰ মাতৃ পাচে মেলিন্ত হাত। তুল হেন শৰক লৈ কোলাত। সাৱটি বুকুত বান্ধি বাপ বাপ বুলি। মাথাত চুম্বন দিল। উপৰত তুলি ৫৫৮ ঘনে ঘনে ঘ্ৰাণে শিৰ সাৱটি ধৰিয়া। সেহিবে প্ৰভু পাচে গুণয় খসিয়া॥ কতো বেশি দেখে শিগৰিৰ নাম : আটিক লাগিয়া পুং নমাইৰে যায়। কে পৰ্বতেক কোলে ধৰিলেক জাতি। কবে পাৰি ফৰে অনেক একা ধৰিলে যেই তা যেন মেৰু শৃঙ্গ। বড় বড় জুলিয়া ফিলক আসেনি।