পৃষ্ঠা:গুৰুচৰিত.djvu/১৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মন দূষণ ৰে দি বৃষ খেমু। সংৰকৰিয়া পাৰ লৈ ৰেণু। আন ব্ৰাহ্মণক অলি গায়ে গায়ে। ভূঞা বন্ধু সমতকে দিলা নানা ভাৱে॥৫৪৫ সভাসদ লোকসৰ যতেক আহিলা। বল এলাৰ দিয়া সাকো তুমি।। বুঢ়াক আদি কৰি যত জাতি আছে। তাসক বস্তু ন দিল আনি পাচে ৫৪৬ আয়ত মাধৱ দূৰ্যবৰক নমিলা। বিদায় কৰিয়া হয়ে গৃহক চলিল। হলায়ুধ আদি কৰি যত বন্ধুনে। পৰি এমিলা সূৰ্যবৰৰ চৰণে ৫০৭ বাৰভূঞা যত লোক কৰি নমস্কাৰ। গৃহক চলিল ৰে আনন্দ পাৰ জান পায়া বিও যত পৰম আনন্দে। জাত কৰি উঠিল বোকতি লৈয়া॥৫৪৮ আয় কৰি বিৰে আশীৰ্বাদ কবি। একে একে লোকসৰ গৈলা খৰি। শৰৰ বিপৰীতশীল শবে। গৃহলে কি মহামোক পাব তেৰে॥ • বুঢ়া-খেৰতীৰ ৰোই, শৰদৰৰ শেহায়েক। কাৰ পুৰ যেতে; কেৰে মাতৃ অ, একেই কুশৰ জৰী।