পৃষ্ঠা:গুৰুচৰিত.djvu/১২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুনৰ তুলি পাটি ভাতে পাৰি। সত্য আই তুলি গুৱাই লৈ • আপুন হতে শুতি থাকিলা শৰে। সৰে বন্ধু বান্ধৱ গৈল এৰ ঘৰে। মহাৰতে কুমে পুলক লৈ কোলে। হাসিহাসি চাই নানা নক বোলে ৫০৭ মহাহে কৰি পুত্ৰ শিৰত এশি। কোলা হতে দেখে পাচে হোসকি পৰিল। হাত মেলি ধৰি তুলিবাৰু দোলা দিলা। আছেক দলিবে লৰিবাক নপাৰিলা ৫০ আৰোবাৰ কুসুমে ধৰিয়া দিল দোঙ্গ। মহদ সদৃশ বৰ কে মেৰু শৃঙ্গ। পুনপি ধৰিল আসা আসা বুলি। তুলসী পাতক যেন আলগাইলা তুলি মনত কিনো এ অদ্ভুত। হেন মায়া কৰে আঠ দিনেকৰ হত। এহি ক কুনে সবাতো কহিল। শনিয় সমস্ত লোকে অনিন ৫১০ আৰ এক কথা কহো না সবে নৰে। সৰ্ণ এক কাটিলা কুমে তাত পৰে। হতে সেহিদিনা গৈল ওঙ্কাই। হাতে খাত মানে যদি না যে চাই।৫১১