নি দামোদৰে সৰ ভকত মিলাই। কৰি মহোৎসৱ থানত তথাই। সতাতে লগাইলা যত বস্তু কৰিছিল। বলে হৰিচৰণে সাক বিসৰ্জিনা। এহিষতে শঙ্কৰৰ কৰ্ম সাঙ্গ তৈলা। পাটবাউনী নিজানে দামোদৰ গৈলা ৬৫ এখপ্ৰয়াণৰ পাৰপৰা শ্ৰমাধৱদেৱ, হৰিদেৱ আৰু শীহৰিদেৱৰ আলাপৰ শিষ্যসকলৰ একোটা বেলেগ সম্প্ৰদায় হয়। আনকি এগোপাল আতাৰ অজ্ঞাপৰ সত্ৰবিলাকেও ঠাকুৰীয়া” উপাধিৰে ভূষিত হয়। ইয়াৰ উপাধি এইখোৰ যিমানেই বেলেগ নাম হবলৈ ধৰে, সিমানেই তো ভাব ঢ়বলৈ কিছুমানে যত্ন কৰে। ইয়াৰ ফলতেই চৰিতবোৰত নানা ভাবে নানা কথা শোনায়। আনকি-যি প্ৰদামোৰ দেৰে ব্ৰাহ্মণ তগৰানদেৰৰ লগত কায় মনোহৰক শৰণ দি “সঙ্গী” ব জি দিছিল; সেই একই এ ক ব্ৰাহ্মণেতৰ বুলি বছৰ ইঙ্গিত দিয়ে। গুৰুচৰিতৰোৰত প্ৰক্ষিপ্ত হেৰা দুই চাৰিটা কথা মাত্ৰ ইয়াত উলেখ কৰিলো। সুখীসকলে পঢ়ি চিন্তা কৰিলেই আল কাউৰ কৰিব পাৰি। ভগবান সয়ে তান সঙ্গী বান্ধি দিলা। তাষোক লো বুলি আদেশ কৰিল। নীল
পৃষ্ঠা:গুৰুচৰিত.djvu/১২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই