পৃষ্ঠা:গুৰুচৰিত.djvu/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৮)। প্ৰতিকুল হোৰে কৰাক যেন ভায় l খোল কীৰ্ত্তনৰ শৱদে আমাৰ | শৰীৰে উঠিল জ্বৰ। গাৰৰ বিষত তৈলা শ্ৰুতি হত আসিলে উঠি সম্বৰ।” এনে অৱস্থাতে। এই চৰিতৰোৰতেই অৰ্থাৎ নীলকণ্ঠদাস আৰু মামৰায়ৰ ভণিত চৰিত শ্ৰীশ্ৰদামোদৰদেৱক চৈতন্যদেৱৰপৰা ধৰ্ম সোৰ দেখুৱাবলৈ যত্ন কৰিছে। সেইদৰে হৰিদেৱ চৰিততে। সে চৈতৰপৰা ধৰ্ম লোৰ দেখুৱাবলৈ যত্নৰ ক্ৰী কৰা নাই। কামৰূপীয় বৈষ্ণৱ ধৰ্ম গান্য ভাৰৰ—এক কৃষ্ণৰ নাম, ৰূপ, গুণ, চিন্তা আৰু কীৰ্তন কৰা। এচৈতন্যদেৱৰ ধৰ্ম্ম প্ৰেম ভাৰৰ-ৰাধা-কৃষ্ণ যুগলমূৰ্তি উপাস্য বিগ্ৰহ। মহাপুৰুষীয়া বীজমন্ত্ৰ চাৰিনাম-চৈতন্য যেৰ বোল নাৰ ইত্যাদি। গতিকে চৰিত পুথিত চৈতন্যদেব পৰা এমোদৰদেৱে আৰু শ্ৰী শ্ৰহৰিদেৱে ধৰ্ম লোৱা বুলি কলে খাণ নাৰায়। চৰিত পুখি দুখনৰ এই কথা প্ৰক্ষিপ্ত বুলি ধৰিলেহে সত্য প্ৰকাশ কৰা হব। আমাৰ একাশিত এই গুৰু চৰিতত পোৰা যায়—এগুৰুৰ তিথি মহোৎসৱত শিয়শিষ্যসকলে। এগুৰুৰ থান পাটবাউলীত তিনি মহাস সম্পয় কৰিছিল। শ্ৰী প্ৰয়াণ কৰা সময়ত ৰাজ্যৰ জৰ মাধৱৰে ওপৰত অৰ্পণ কৰি যায়। এক সাৎসৰিক তিথিদেৰ সেই কথা ঘোষণা কৰিবলগীয়া হোত শিশু- এশিয়া অবোধ মতে বৰপেটাত মাৎসৰি তিখি পালন কৰিবলৈ ঠিক ৰে আৰু সকলো সাধু, শিখণিক অঞ্চ উপস্থিত হল