পৃষ্ঠা:গুলেনাৰ.pdf/৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

198 গুলেনাৰ। আকৌ মোক বৰ ভাল পায়, সেয়েতে৷ যি শুনে, লৰি আহি মোক কৈ যায়হি, মইনে৷ এইবোৰ শুনি এনে অধৈর্য হওঁ কিয় ? চাহজাদানে৷ মোৰ কি হয়, তেওঁক মই এই দৰে ভাবে৷ চিকিয়?” তেওঁৰ লগত মোৰ কি সম্বন্ধ, তেওঁ যিহকে কৰক লাগে, তাত মোৰ কি ?; চাহেনচাহ বাদচাহৰ পুতেক তেওঁ, ভাৰতৰ ভাবী সম্রাট, ইচ্ছ৷ কৰিলে সহস্ৰ জনীক তেওঁৰ নিজৰ সেৱাত লগাব পারে, তাত মোৰ হামি কি ? কিন্তু মিছাতে সেই বোৰ ভাবি ভাবি, নিজৰ সুখ শান্তি নষ্ট কৰোঁ, নিজৰ মস্তিষ্ক বিকৃত কৰে৷ ? নহয় আৰু নেভাবে৷, অদৃষ্টত যি আছে সেয়ে হব। নিজৰ মনক মোৰ দমন কৰিম।...... কিন্তু এবাৰ চাম কেনেনে৷ হুন্দৰী সেই ইৰাণ কুমাৰী! 10*01 চতুর্থ দৃশ্য। হেদায়তৰ মহল। হেদায়ত্ আৰু পিয়াৰ৷ । পিয়াৰ৷।—এতেপৰ বহি আছোহি, দেখা পাবলৈকে নাই । হেদায়।—বেয়| নেপাব৷ পিয়াৰ৷ ! নমাজত আছিলো, এই মাত্র উঠি আহিছোঁ। পিয়াৰ৷।——ৱাহ, খোদাৰ ওপৰত খুব ভক্তি দেখিছো যে। হেদায়ৎ।—কি কৰিম ! তেওঁৰ এতেবোৰ অ্যাচিত দান ভোগ কৰিছো, এফেৰিমান কৃতজ্ঞত। নজনালে নিম্নক্‌হাৰাম হব লাগিব যে ! পিয়াৰ৷৷—ৱাহ ৱাহ মেৰি থোদ৷ পেৰিহ! তুমি আগলৈ এজন খুব ভাল লৰা হবাগৈ হে।