পৃষ্ঠা:গুলেনাৰ.pdf/৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

90 গুলেনাৰ। ওঁ শুন৷ ( ওঠ চেলেকি) পাদচাহেৰ৷ ছনিৰ্দম্ কে বোক্‌ছ তানে আচিৰে এছাৰং কৰুদ। পিয়াৰ৷।—ব্ৰাহ বাহ বাহ মেৰি জান! উল্‌।—( স্বগতঃ ) কেনে, কেনে বাপেৰে এইবাৰ? পিয়াৰ॥—ইয়াৰ অৰ্থ কি থান্থানান্? উল্‌।—( স্বগতঃ ) উ—এইবাৰহে খালে, ভাবি ভাবি সেই পাতকে কলোগৈ তাৰ আকৌ এতিয়৷ মানে ধন লাগে। তাই কনে৷ বাৰু মানেটে৷ কেলেই? কব লাগে কলো! তাৰ মানেটোৰ লগত মোৰ সম্পৰ্ক কি? তাইক বুজাম কি মই নিজেই দিও মিছাকৈ যেই সেই এটা কৈ! ( ফুটাই ) নেজানো.... ইয়াৰ মানেটে৷ বুজা নাই? নিচেই সহজ যে এৰ| হওঁতে বুজিবাই বা কেনেকৈ? ছেখ চাদীৰ কেতাব বুজাকি আঙৰতৰ কাম? ইয়াৰ মানেটে৷ হৈছে –শুন৷, ( ওঠ চেলেকি) মানে হৈছে প্ৰেমময়ী তোমাৰ —–(ওঠ চেলেকি) প্ৰেমৰ দৰিয়াত মই সাঁতুৰি ফুৰিছে৷ ― ( ওঠ চেলেকি ) কিন্তু পাৰ যে নাপাওঁ, দয়৷ কৰি মোক – ( ওঠ চেলেকি) তোমাৰ প্ৰেম দৰিয়াৰ—( ওঠ চেলেকি ) কিনাৰটো দেখুৱাই দিয়৷-- পিয়াৰ৷।—ৱাহ—ৱাহ মেৰি জান। খাছি কল্‌ন্দৰ আক্কেল্‌মেবন্দৰ ৱাহ ৱাহ ৱাহ! তুমি বোলে ৰসিকতা নেজান? উল্।—( অলপ অভিমান কৰি ) মইনে৷ কি ৰসিকত৷ জানে৷ হেঁ৷—ৰসি- কতা জন৷ হলে তুমি কি মোক ইমান হেৰি কৰা! পিয়াৰ৷।—হেৰি কৰে৷? আই ঐ দেহি! তোমাক মই হেৰি কৰে৷? তোমাক হেৰিতো কৰিলে নে৷ আকৌ ভাল পাম কাক? কথাতে৷ তুমি বুজ৷ নাই— —সদায় মহলত মোৰ ইমান কাম থাকে --