পৃষ্ঠা:গুলেনাৰ.pdf/২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ । মেহেৰক কি মই ) হায়! এওঁ যোধাবাঈ নহৈ যদি মেহেরুন্নিছ। হল- হেঁতেন। হায় আফছোছ, আফছোছ ! পাম? সেই ৰত্নই আহি মোৰ শিৰত অসম্ভৱ ! ই যে মোৰ কল্পনাৰে৷ অতীত। ভাগ্যবানৰ ভাগ্যে সুদূৰ পাৰ্যৰ পৰ৷ টানি আনি এই সুবর্ণ কুস্থমটিক ভাৰতৰ বুকুত আনি পেলাইছেহি; নাজানে৷ কোন চন্দন তরুক মেৰাই লৈ এই সোণৰ লতা ডালিয়ে অলৌকিক শোভা সম্পদেৰে সমৃদ্ধিশালী কৰি তুলিব । ( যোধবাঈৰ পুনঃ প্রবেশ। ) চেল্লিম।–(স্বগতঃ শোভ৷ দিব নে? নেজানে। কোন ( স্বগতঃ ) হায়, হার ! মেহেৰ ! নাজানী তুমি—তোমাৰ অভাৱত প্ৰাণৰ মোৰ কি দুৰ্গতি ! তুমি জানিবা কি, মোৰ জন্মদাতা পিতাই নাজানে যে? ( যোধাক দেখি ) আকৌ কি মন কৰি ৰাজ- কুমাৰী ? বোধ।—ক্ষমা কৰা, চাহজাদা, নাথ! ভবিত ধৰি ক্ষম৷ মাগিছে। মোৰ অন্যায় হল, অধিনী বান্দীয়ে ( আঠু কাঢ়ে ) চেলিম।—( হাতত ধৰি ওচৰলৈ ছপাই লৈ) শোক নকৰিব। যোধা, সহস্ৰ অপৰাধে অপৰাধিনী হলেও, তুমি মোৰ পত্নী সহধৰ্ম্মিণী। তোমাৰ ওপৰত মই খঙ্গ ৰাখিব পাৰে৷ নে ? সংসাৰ প্ৰৱেশৰ দুৱাৰতে মোৰ জীৱনসঙ্গিনীরূপে তোমাক পাইছে৷; মোৰ নকলে৷ কামনাৰ সকলে। সাধনাৰ সিদ্ধি তুমি – শান্ত মঙ্গল মধুৰ মূৰ্ত্তিৰে মোৰ চকুত জিলিকি আছা; কঠোৰতাৰ নিৰ্ম্মম আৱৰণেৰে নই কি, নহয়—সেইবোৰ যাওক, আই৷ মোৰ জানি, সেইবোৰ পাহৰি যোৱা (চকু মছি দিয়ে )।