এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
গুলেনাৰ। হেদায়ত আলী, এই পাপৰ পৰিণাম অতি শোচনীয়। এদিন নহৰ এদিন এই মহাপাপৰ যোগ্যশান্তি বজ্ৰৰ দৰে প্ৰচণ্ড তেজে তোৰ মূৰত পৰিব, পৰিব, পৰিব। ( প্ৰস্থান ) পট পৰে। অষ্টম দৃশ্য। আনাৰ সমাধি স্থান। পাগলী পিয়াৰাৰ গীত। মেইতো প্যাৰা প্ৰেমকি বাঙৰা কই নেহি বুঝে মেৰে হাল। কাঁটা ফোৰে পথৰ গিৰে বিলী চমকে মেই "ক জীওয়াসে হুঁ পয়মাল। গড় গড় গড় গড় শীল। বড়ছেৰে— বজৰ গিৰে শিৰমে, নেহি মেৰি ধাল। সাপ বিচ্চ, কীড়া কাটে, কলেজা মেৰি খাই, ছতিয়া মেৰি ফাট গই, দেল৷ ভই হেঁ ছাই, বাচাও বাচাও বাচানেৱালা, তোবিন না বুঝে কই মেৰি হাল। ( প্ৰস্থান )